অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমূৰৰ দেহাৱসান !

অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমূৰৰ দেহাৱসান !

September 28, 2020 0 By NEWS DESK

অসমবাসীৰ বাবে এক দুঃখবৰ।

অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমূৰ আৰু নাই।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলগাওৰ বিধায়ীকা আছিল আনোৱাৰ টাইমূৰ।

অষ্ট্ৰেলিয়াত শেষ নিশ্বাস ত্যাগ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

বুকুৰ বিষত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী।

মৃত্যুৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বয়স আছিল ৮৩ বছৰ।

NRC LIVE: Assam's Lone Woman CM Anwara Taimur Left Out of Draft - News18
আনােৱাৰা তাইমূৰ

ছমাহৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আছিল আনোৱাৰা টাইমূৰ।

যোৱা ৪ বছৰ ধৰি পুত্ৰৰ সৈতে আষ্ট্ৰেলিয়াত আছিল ৰাজ্যৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৯৮০চনৰ ৬ ডিচেম্বৰত মখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল আনোৱাৰা টাইমূৰে।

১৯৮১ চনৰ ৩০ জনলৈকে মুখ্যমন্ত্ৰীৰ পদত আছিল আনোৱাৰা টাইমুৰ।