অসমৰ বিশিষ্টা অভিনেত্ৰী চেতনা দাসৰ দেহত ধৰা পৰিছে কৰ’ণা !

অসমৰ বিশিষ্টা অভিনেত্ৰী চেতনা দাসৰ দেহত ধৰা পৰিছে কৰ’ণা !

August 28, 2020 0 By NEWS DESK

অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃ্ত্যু হোৱা লোকৰ সংখ্যা।

এইবাৰ অসমৰ বিশিষ্টা অভিনেত্ৰী চেতনা দাসৰ দেহত ধৰা পৰিছে কৰ’ণা।

Chetana Das - Wikipedia

চেতনা দাসৰ স্বামীও আক্ৰান্ত হৈছে কোৰোনাত।কৰ’ণাত।

সম্প্ৰতি দুয়োকে gnrcত ভৰ্তি কৰা হৈছে।

কিছুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল তেওঁলোক।

উল্লেখ্য যে, চেতনা দাসৰ প্ৰথমে কৰ’ণাৰ ৰিজাল্ট নিগেটিভ আহিছিল যদিও দ্বিতীয়টো পৰীক্ষাৰ ৰিজাল্ট আহে পজিটিভ।