অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পত্নীৰ দেহতো ধৰা পৰিছে কৰ’ণা !

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পত্নীৰ দেহতো ধৰা পৰিছে কৰ’ণা !

August 12, 2020 0 By NEWS DESK

অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে ।

প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

অসম আৰক্ষীৰ পৰা জনপ্ৰতিনিধিৰ দেহতো ধৰা পৰিছে কৰ’ণা ।

এইবাৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ দেহত ধৰা পৰিছে কৰ’ণা ।

পত্নী স্বপ্নালী মহন্তক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে GMCHত ।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পত্নীৰ দেহতো কোৰোনা... - Asomiya Pratidin - অসমীয়া প্ৰতিদি

বুধবাৰে কৰা কৰ’ণা টেষ্টৰ ৰিজাল্ট আহিছিল পজিটিভ ।

উল্লেখ্য যে, বৰ্তমান ভাস্কৰ জ্যোতি মহন্তও ভৰ্তি হৈ আছে GMCHত ।