অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ দেহত ধৰা পৰিছে কৰ’ণা !

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ দেহত ধৰা পৰিছে কৰ’ণা !

August 19, 2020 0 By NEWS DESK

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ দেহত ধৰা পৰিছে কৰ’ণা।

মঙ্গলবাৰে দিনৰ ভাগত ৰেপিড পৰীক্ষা কৰাত শৰ্মাৰ দেহত ধৰা পৰিছে কৰ’ণা।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি জ্বৰত ভূগি আছিল প্ৰধান সম্পাদক যাদৱ শৰ্মা।

প্ৰধান সম্পাদক গৰাকীয়ে নিজ গৃহতে সুৰক্ষিতভাৱে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইতিমধ্যে চিকিৎসা বিভাগেও প্ৰ-পত্ৰ পূৰাই শৰ্মাক গৃহতে আশ্ৰয়ৰ দিহা কৰে।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক গৰাকীৰ স্বাস্থ্যৰ কোনো জতিলতা নাই বুলি চিকিৎসকে প্ৰকাশ কৰিছে।