অহা ১ ছেপ্টেম্বৰতেই ৰাজ্যিক কর্মচাৰীসকলে লাভ কৰিব আগষ্ট মাহৰ দৰমহা !

অহা ১ ছেপ্টেম্বৰতেই ৰাজ্যিক কর্মচাৰীসকলে লাভ কৰিব আগষ্ট মাহৰ দৰমহা !

August 30, 2020 0 By NEWS DESK

ৰাজ্যিক কর্মচাৰীসকলৰ বাবে সুখবৰ৷

অহা ১ ছেপ্টেম্বৰতেই লাভ কৰিব আগষ্ট মাহৰ দৰমহা৷

বিত্ত (বাজেট) বিভাগে শনিবাৰে প্রতিখন জিলাৰ কোষাগাৰ বিষয়াসকলক এক তাঁৰবার্তাযোগে (নং বি বি ১৮৯/২০১৬/১৩৯) ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলৰ আগষ্ট মাহৰ দৰমহাৰ বিল, মজুৰি, পেন্সনৰ বিল আদি পাছ কৰিবলৈ নির্দেশ প্ৰদান কৰে।

ইয়াৰ লগে লগে ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলে অহা ১ ছেপ্টেম্বৰৰ পৰা আগষ্ট মাহৰ দৰমহা আৰু পেন্সন লাভ কৰাৰ পথ প্রশস্ত হৈ পৰে৷