অৰ্জুন কাপুৰৰ পিছত এইবাৰ কৰ’ণাত আক্ৰান্ত মোহময়ী অভিনেত্ৰী মলাইকা আৰোৰা !

অৰ্জুন কাপুৰৰ পিছত এইবাৰ কৰ’ণাত আক্ৰান্ত মোহময়ী অভিনেত্ৰী মলাইকা আৰোৰা !

September 6, 2020 0 By NEWS DESK

কৰ’ণা আক্ৰান্তই দেশত নিতৌ ভাঙিছে ৰেকৰ্ড।

এদিনতে কৰ’ণাত আক্ৰান্ত হৈছে ৯০ হাজাৰৰো অধিক লোক।

বলীউডটো কৰ’ণাই ধাৰণ কৰিছে সংহাৰী ৰূপ।

এজন পিছত আনজন বলীউডৰ ষ্টাৰ আক্ৰান্ত হৈছে কৰ’ণাত।

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰৰ পিছত এইবাৰ কৰ’ণাত আক্ৰান্ত হৈছে মোহময়ী অভিনেত্ৰী মলাইকা আৰোৰা

মলাইকাৰ জনপ্ৰিয় টিভি শ্ব’ ‘ইণ্ডিয়ান বেষ্ট ডান্সাৰ্ছ’ৰ ছেটৰ প্ৰায় ৭ৰ পৰা ৮ জন লোকৰ দেহতো ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি।

Image