Site icon NEWS8 NE

আছুৰ সভাপতি পদ ত্যাগ দীপাংক নাথৰ…

নিউজ ডেস্ক। সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ সভাপতি পদৰ পৰা পদত্যাগ দীপাংক কুমাৰ নাথ।

এই পদত্যাগৰ কাৰণ ব্যক্তিগত বুলি প্ৰকাশ কৰিছে নাথে।

জানিব পৰা মতে, সংগঠনটােৰ কাৰ্যনিৰ্বাহকত পদত্যাগ পত্ৰ দাখিল কৰে দীপাংক কুমাৰ নাথে।

দীপাংক নাথৰ এনে অকস্মাৎ পদত্যাগৰ ঘটনাক লৈ চৰ্চিত হৈছে বিভিন্ন কথা।

Exit mobile version