আনক উদ্ধাৰ কৰা ৰিক’ভেৰী ভান নিজেই দুৰ্ঘটনাগ্ৰস্ত, নিহত ১

আনক উদ্ধাৰ কৰা ৰিক’ভেৰী ভান নিজেই দুৰ্ঘটনাগ্ৰস্ত, নিহত ১

September 14, 2020 0 By NEWS DESK

অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অসমৰ চৰাইদেউ জিলাৰ বৰহাটৰ ভূঞাখাটত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন তীব্ৰবেগী ৰিক’ভেৰী ভান নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিত।

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পঞ্জীয়ন নম্বৰ হৈছে AR-11-8471।

এই দুৰ্ঘটনাত নিহত হয় এজন লােক।

বাতৰি যুগুতােৱালৈ নিহত লােকজনৰ প্ৰকৃত পৰিচয় জ্ঞাত হােৱা নাই।

নিহত লােকজন গাড়ীখনৰ চালক বুলি অনুমান কৰা হৈছে।