আনুষ্ঠানিকভাৱে অগপত যোগদান ভোজপুৰী গীতৰ ৰাণী কল্পনা পাটোৱাৰীৰ !

আনুষ্ঠানিকভাৱে অগপত যোগদান ভোজপুৰী গীতৰ ৰাণী কল্পনা পাটোৱাৰীৰ !

October 9, 2020 0 By NEWS DESK

আনুষ্ঠানিক ভাবে অসম গণ পৰিষদত যোগদান কৰিলে ভোজপুৰী কুইন কল্পনা পাটোৱাৰীয়ে।

অসম গণ পৰিষদৰ আমবাৰী মুখ্য কাৰ্যালয়ত অগপত যোগদান কৰে পাটোৱাৰীয়ে।

যোগদান কাৰ্যসূচীত উপস্থিত অগপৰ সভাপতি অতুল বৰা, কেৱশ মহন্ত, ফনীভুষণ চৌধুৰীকে ধৰি অগপৰ বহু কৰ্মকৰ্তা।

উল্লেখ্য যে, আগন্তুক নিৰ্বাচনত নামনি অসমৰ যিকোনো এটা সমষ্টিৰ প্ৰাৰ্থী হ’ব পাৰে কণ্ঠশিল্পীগৰাকী।