আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ‘ব্ৰীজ’ৰ প্ৰিমিয়াৰ !

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ‘ব্ৰীজ’ৰ প্ৰিমিয়াৰ !

September 23, 2020 0 By NEWS DESK

অসমৰ চলচ্চিত্ৰ জগতৰ বাবে এক ভাল খবৰ।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ‘ব্ৰীজ’ৰ প্ৰিমিয়াৰ।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ “ব্ৰীজ” | Rupaliparda.com

ছানফ্ৰাঞ্চিস্ক’ৰ অকলেণ্ড চহৰত ২৩ ছেপ্টেম্বৰৰ স্থানীয় সময় অনুসৰি নিশা ৯ বাজি ৫ বজাত ১৮ সংখ্যক অকলেণ্ড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ’ব কৃপাল কলিতা পৰিচালিত অসমীয়া ছবি ‘ব্ৰীজ’ৰ।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ “ব্ৰীজ” | Rupaliparda.com

ছবিখন প্ৰদৰ্শন জুমমিটযোগে দৰ্শকৰ লগত পোনে পোনে প্ৰশ্ন-উত্তৰ শিতানত অংশগ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে মহোত্সৱ উদ্যোক্তাই।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ “ব্ৰীজ” | Rupaliparda.com

উল্লেখ্য যে, বিদেশৰ ভূমিৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন হ’বলগীয়া ‘ব্ৰীজ’ ছবিখনৰ এইটোৱেই হ’ব প্ৰথম ৰাজহুৱা প্ৰদৰ্শন।