আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলিনা বৰগোহাঁই কৰ’ণা পজিটিভ !

আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলিনা বৰগোহাঁই কৰ’ণা পজিটিভ !

October 16, 2020 0 By NEWS DESK

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

এইবাৰ অসমৰ সুযোগ্য সন্তান তথা আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলিনা বৰগোহাঁই কৰ’ণাত আক্ৰান্ত বুলি জানিব পৰা গৈছে।

Image

বৰ্তমান তেওঁ দিল্লীত আইছ’লেচনত আছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে অসমত ৭৬৯গৰাকীৰ দেহত ধৰা পৰিছে কৰ’ণা।