আন এক মহাজাগতিক ঘটনা ! অক্টোবৰত আকাশত দেখিবলৈ পাব নীলা চন্দ্ৰমা…

আন এক মহাজাগতিক ঘটনা ! অক্টোবৰত আকাশত দেখিবলৈ পাব নীলা চন্দ্ৰমা…

August 12, 2020 0 By NEWS DESK

আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষি হ’ব সমগ্ৰ বিশ্ববাসী ।

২০২০ বৰ্ষৰ অক্টোবৰৰ ৩১ তাৰিখে আকাশত দেখিবলৈ পাব এক বিৰল দৃশ্য ।

অক্টোবৰত আকাশত দেখিবলৈ পাব অতি দূৰ্লভ চন্দ্ৰ ।

যাক নীলা চন্দ্ৰমা বা ব্লু মুন বুলি কোৱা হয় ।

এই নীলা চন্দ্ৰ ২০২০ চনত দেখা দি আৰু পুনৰ ২০৩৯ চনত হে দেখা দিব ।

অৰ্থাৎ ১৯ বছৰ ৰ’ব লাগিব পুনৰ এনে বিৰল ঘটনাৰ সাক্ষী হবলৈ ।

নাছাৰ ফালৰ পৰা কোৱা অনুসৰি অধিকাংশ এনে নীলা চন্দ্ৰ হালধীয়া বা বগাহে দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰৰ নীলা চন্দ্ৰটো বিশেষ হ’ব।