Site icon NEWS8 NE

আলফা(স্বাঃ)ক শান্তি আলোচনালৈ ঘূৰি আহিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

শপত গ্ৰহণৰ পিছতেই প্ৰথমখন সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

কলাক্ষেত্ৰত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ।

সংবাদমেলত আলফা(স্বাঃ)ক শান্তি আলোচনালৈ ঘূৰি আহিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পৰেশ বৰুৱাক মূল সূতিলৈ ঘূৰি আহিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

আলাপ আলোচনাৰ মাজেৰে জনজাতীকৰণৰ সমস্যা সমাধান কৰা হ’ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণেই হ’ব চৰকাৰৰ প্ৰথম কাম।

Exit mobile version