আলফা(স্বা)ৰ পৰা দুই জ্যেষ্ঠ নেতাক বাধ্যতামূলক অব্যাহতি দিলে পৰেশ বৰুৱাই ! কিন্তু কিয় ?

আলফা(স্বা)ৰ পৰা দুই জ্যেষ্ঠ নেতাক বাধ্যতামূলক অব্যাহতি দিলে পৰেশ বৰুৱাই ! কিন্তু কিয় ?

September 3, 2020 0 By NEWS DESK

আলফা স্বাধীন গোটৰ পৰা দুজনকৈ আলফা কেদাৰক বাধ্যতামূলক অব্যাহতি।

সংগঠনটোৰ লেফটেনেণ্ট জেনেৰেল তথা উপসভাপতি পৰেশ বৰুৱাৰ স্বাক্ষৰ সম্বলিত এক প্ৰত্ৰ যোগে সদৰি কৰিছ এই কথা।

কেন্দ্ৰীয় কমিটীৰ নেতা সমীৰণ অসমক অব্যাহতি৷

সমীৰণ অসম সাংস্কৃতিক বিভাগৰ সহ-সম্পাদক৷

 লগতে অব্যাহতি দিয়া হৈছে কেপ্টেইন লক্ষ্যজ্যোতি অসমকো।

অনুশাসনজনিত কাৰণত দুয়োজনকে অব্যাহতি দিয়াৰ কথা এক প্ৰেছ বিবৃতিযোগে জনাইছে আলফা স্বাধীনে।

৩ ছেপ্তেম্বৰৰ পৰা কাৰ্যকাৰী হোৱাকৈ দুয়োজন নেতাকে বাধ্যতামূলক অব্যাহতি দিয়া হৈছে।