আলফাৰ পৰা বহিষ্কাৰ কৰা হ’ল আলোচনাপন্থী আলফা নেতা জীতেন দত্তক !

আলফাৰ পৰা বহিষ্কাৰ কৰা হ’ল আলোচনাপন্থী আলফা নেতা জীতেন দত্তক !

October 8, 2020 0 By NEWS DESK

আলফাৰ পৰা বহিষ্কাৰ কৰা হ’ল আলোচনাপন্থী আলফা নেতা জীতেন দত্তক।

সতীৰ্থ হত্যাৰ লগতে অন্যান্য বহু কেইটা গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত খণ্ডন কৰাৰ সুবিধা লাভ কৰিও ৰাইজ মেলত উপস্থিত নাথাকিল জীতেন দত্ত।

ফলত এতিয়া আলফাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হ’ল জীতেন দত্তক।

এতিয়াৰ পৰা আলোচনাপন্থী হিচাপে লাভ কৰা সকলো সা-সুবিধাৰ পৰা বঞ্চিত হ’ব জীতেন দত্ত।

এক বিবৃতি যোগে এই কথা সদৰি কৰিছে আলফা স্বাধীনে।