আৰ্টিষ্ট ইলেভেনত নিষিদ্ধ ৰাজনৈতিক দলত যোগদান কৰা শিল্পীঃ জুবিন গাৰ্গ !

আৰ্টিষ্ট ইলেভেনত নিষিদ্ধ ৰাজনৈতিক দলত যোগদান কৰা শিল্পীঃ জুবিন গাৰ্গ !

August 27, 2020 0 By NEWS DESK

কণ্ঠশিল্পী জুবিন গাৰ্গৰ ডাঙৰ ঘোষণা।

ছচিয়েল মিডিয়াত জুবিন গাৰ্গে নিজৰ ফুটবল দলটোক লৈ কৰিছে এক আনুষ্ঠানিক ঘোষণা।

Zubeen Garg Artist 11 Theme Song - Let's Football | Ajoy Phukan | Babu |  Zubeen Garg | ZubeenDaRock - YouTube

আৰ্টিষ্ট ইলেভেনত নিষিদ্ধ ৰাজনৈতিক দলত যোগদান কৰা শিল্পী।

কোনো ৰাজনৈতিক ক্ষেত্ৰৰে জড়িত নথকা শিল্পীয়ে যোগ দিব পাৰিব আৰ্টিষ্ট ইলেভেনত।

নিৰপেক্ষ লোকেৰ নতুনকৈ ফুটবল দলটো গঠন কৰ হ’ব বুলিও সদৰি কৰিছে জুবিনে।

লগতে কেৱল সাম্যবাদী লোকেহে শিল্পী একাদশৰ হৈ ফুটবল খেলিব পাৰিব বুলি স্পষ্ট কৰিছে জুবিন গাৰ্গে।