একে ৰঙৰ হ’ব নেকি গুৱাহাটী মহানগৰীৰ সকলো ঘৰ?

একে ৰঙৰ হ’ব নেকি গুৱাহাটী মহানগৰীৰ সকলো ঘৰ?

October 22, 2020 0 By NEWS DESK

একে ৰঙৰ হ’ব পাৰে গুৱাহাটী মহানগৰীৰ সকলো ঘৰ।

বৃহস্পতিবাৰে গণেশগুৰিৰ উৰণীয়া সেঁতু উদ্বোধন কৰি এই ইংগিত দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে

এইক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে সহায় কৰিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

12 Best Things To Do in Guwahati (The City Beautiful)

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- গুৱাহাটী মহানগৰীৰ ঘৰবোৰৰ কালাৰ কম্বিনেশ্যন এটা ঠিক কৰিব লাগে। দেশ-বিদেশৰ পৰ্যটকসকল আহিলে যি ছবি দেখিব তেওঁলোকে যাতে সেই ছবি স্মৃতিত কঢ়িয়াই নিব পাৰে। কালাৰ কম্বিনেশ্যন ঠিক কৰাৰ ক্ষেত্ৰত মই এখেতলোকক (সতীৰ্থ মন্ত্ৰী) গৱেষণা কৰিবলৈ কৈছো।’