এছ আই কেলেংকাৰীৰ আন এক অভিযুক্ত সৰোজ শৰ্মাক গ্ৰেপ্তাৰ !

এছ আই কেলেংকাৰীৰ আন এক অভিযুক্ত সৰোজ শৰ্মাক গ্ৰেপ্তাৰ !

October 9, 2020 0 By NEWS DESK

এছ আই কেলেংকাৰীৰ আন এগৰাকী অন্যতম অভিযুক্ত সৰোজ শৰ্মাক গ্ৰেপ্তাৰ।

বৰঝাৰ বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় শৰ্মাক।

বহুদিন ধৰি পলায়ন কৰি আছিল সৰোজ শৰ্মা।

ক্ৰাইম ব্ৰাঞ্চে বৰঝাৰ বিমানবন্দৰৰ পৰাই গ্ৰেপ্তাৰ কৰে সৰোজ শৰ্মাক।

দিল্লী, লক্ষ্ণৌৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত আত্মগোপন কৰি আছিল সৰোজ শৰ্মাই।

আজি অসমলৈ ঘূৰি অহি বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় সৰোজ শৰ্মাক।