এছ আই কেলেংকাৰীৰ খলনায়ক পি কে দত্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ!

এছ আই কেলেংকাৰীৰ খলনায়ক পি কে দত্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ!

October 13, 2020 0 By NEWS DESK

এছ আই কেলেংকাৰীৰ খলনায়ক পি কে দত্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।

CJM আদালতত হাজিৰ কৰোৱাৰ পিছতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে প্ৰশান্ত কুমাৰ দত্তক।

কামৰূপ মহানগৰ সত্ৰ ন্যয়ধীশৰ আদালতে প্ৰেৰণ কৰে ন্যায়িক জিম্মাত।

পূৰ্বে ৭ অক্টোবৰত ৬ দিনৰ বাবে চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল দত্তক।

৬ দিনৰ আৰক্ষীৰ জিম্মা শেষ হোৱাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় দত্তক।

উল্লেখ্য যে, ৬ অক্টোবৰৰ পুৱা নেপালৰ কাকৰভিটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল পি কে দত্তক।