এতিয়াৰে পৰা শনিবাৰেও খোলা থাকিব চৰকাৰী কাৰ্যালয় আৰু বেংক !

এতিয়াৰে পৰা শনিবাৰেও খোলা থাকিব চৰকাৰী কাৰ্যালয় আৰু বেংক !

August 28, 2020 0 By NEWS DESK

এতিয়াৰে পৰা ৰাজ্যত শনিবাৰেও খোলা থাকিব চৰকাৰী কাৰ্যালয় আৰু বেংক।

ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই দিলে এই নিৰ্দেশনা।

কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কাম-কাজ অব্যাহত থাকিব।

স্বায়ত্ত শাসিত প্ৰতিষ্ঠানসমূহো সাপ্তাহিক লক ডাউনত খোলা থাকিব।

Image may contain: text that says "GOVERNMENT OF ASSAM ASSAM STATE DISASTER MANAGEMENT AUTHORITY ANCILLARY BLOCK, JANATA BHAWAN, DISPUR, GUWAHATI-781006 Phone: 1-2237221 (O); E-mail: sdmaghy@gmail.com ORDER No. ASDMA.24/2020/Part-1/101 Dated 28th August, 2020. In partial modification of the order issued vide No.ASDMA24/2020/Part-1/98 dated 13th August, 2020, movement of officials/ staff State/Central Government Departments including PSUs and Autonomous bodies, Banks and persons on essential services shall allowed for attending the office duty from AM 9 PM on all working Saturdays across the State. Copy to:- All Concerned (KUMAR SANJAY KRISHNA) ChiefSecretary,Assam Assam Secretary,"

পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ কৰ্মচাৰীৰ যাতায়াতত অনুমতি প্ৰদান কৰা হৈছে।

জৰুৰী সেৱাৰে জড়িত কাৰ্যালয়সমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।

কাইলৈৰ পৰা শনিবাৰৰ দিনটোতো খোলা থাকিব চৰকাৰী কাৰ্যালয়, বেংক আৰু জৰুৰী সেৱাসমূহ।