এতিয়াৰে পৰা ৰে’লৰ শীত-তাপ নিয়ন্ত্ৰিত দবাৰ যাত্ৰীক দিয়া নহ’ব কম্বল, বিচনা চাদৰ !

এতিয়াৰে পৰা ৰে’লৰ শীত-তাপ নিয়ন্ত্ৰিত দবাৰ যাত্ৰীক দিয়া নহ’ব কম্বল, বিচনা চাদৰ !

September 6, 2020 0 By NEWS DESK

এতিয়াৰে পৰা ৰে’লৰ শীত-তাপ নিয়ন্ত্ৰিত দবাত যাত্ৰা কৰা যাত্ৰী সকলক দিয়া নহ’ব কম্বল, বিচনা চাদৰ।

ৰে’ল বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ কম্বল অথবা বিচনা চাদৰ আগবঢ়োৱা নহ’ব বুলি ভাৰতীয় ৰে’লৱেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰে’ল বোৰ্ডৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱে প্ৰকাশ কৰিছে এই কথা।

যাদৱে কয় যে, কেৱল কৰ’ণাতংক অব্যাহত থকা বুলিয়েই নহয়, কৰ’ণাতংক দূৰ হোৱাৰ পিছতো ৰে’লৰ শীত-তাপ নিয়ন্ত্ৰিত দবাৰ যাত্ৰীসকলক কোনো ধৰণৰ কম্বল আৰু বিচনা চাদৰ দিয়া নহ’ব।

সেই সামগ্ৰী সমূহ যাত্ৰীসকলে নিজেই লগত আনিব লাগিব।