এমাহত এদিনহে সাংবাদিৰ সৈতে মুখামুখি হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

এমাহত এদিনহে সাংবাদিৰ সৈতে মুখামুখি হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

May 11, 2021 0 By NEWS DESK

পূৰ্বৰ দৰে এতিয়া আৰু প্ৰতিদিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হোৱাৰ পাছতে নিয়ম সলনি কৰিলে ড০ শৰ্মাই।

এমাহত মাত্ৰ এদিনহে সাংবাদিৰ সৈতে মুখামুখি হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মঙলবাৰে সাংবাদিকৰে মুখামুখি হৈ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক উদ্দশ্যি কয়- সদায়ে প্ৰশ্ন সুধিলে খেলিমেলি হৈ যাব পাৰে। আগ বেলা সুধা প্ৰশ্নৰ উত্তৰ পিছবেলা সলনি হৈ যাব পাৰে।

লগতে সংবাদিককো লগ পালে প্ৰশ্ন নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।