ওপজা দিনটোত ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন সুধাকন্ঠ ভূপেন হাজৰিকাক !

ওপজা দিনটোত ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন সুধাকন্ঠ ভূপেন হাজৰিকাক !

September 8, 2020 0 By NEWS DESK

আজি সুধাকন্ঠ ভূপেন হাজৰিকাক ৯৪ সংখ্যক পবিত্ৰ জন্মদিন।

ৰাজ্যজুৰি উদযাপন কৰা হৈছে সুধাকন্ঠৰ জন্মদিন।

ওপজা দিনটোত ৰাজ্যবাসীয়ে সোঁৱৰণ কৰিছে সুধাকন্ঠগৰাকীক।

উল্লেখ্য যে, ১৯২৬চনৰ ৮ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰিছিল ভূপেন হাজৰিকাই।

২০১১চনৰ ৫ নবেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিছিল হাজৰিকাই।