NEWS8 NE

ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰা

নিউজ ডেস্ক। ক’ভিড-১৯ৰ সংক্ৰমণত আক্ৰান্ত হৈ চিকিৎসাধীন বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা।

জানিব পৰা মতে, তেওঁৰ হাওঁফাওঁত ক’ভিডৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰিছে।

তেওঁ গুৱাহাটীৰ এখন বেচৰকাৰী হাস্পতালৰ ICU ত চিকিত্‍সাধীন।

তেওঁৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে আত্মীয়ৰ লগতে শুভাকাংক্ষীবৃন্দ।

Exit mobile version