কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি !

কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি !

August 20, 2020 0 By NEWS DESK

দেশজুৰি অব্যাহত আছে কৰ’ণাৰ ভয়াৱহতা।

কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ দেহত ধৰা পৰিছে কৰ’ণা।

টুইটাৰযোগে এই কথা সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে দেহত কৰ’ণাৰ লক্ষণ দেখাৰ পাছত কোভিড টেষ্ট কৰাইছিল মন্ত্ৰী শ্বেখাৱটে।

তাৰ পাছতে মন্ত্ৰীগৰাকী কৰ’ণা পজিটিভ বুলি জানিব পাৰে।

শ্বেখাৱটৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা কৰাৰ আহ্বান জনাইছে।