কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ APSCত বৰাকৰ প্ৰাৰ্থীৰ বাবে অসমীয়া ভাষা বাধ্যতামূলক নহয় !

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ APSCত বৰাকৰ প্ৰাৰ্থীৰ বাবে অসমীয়া ভাষা বাধ্যতামূলক নহয় !

October 8, 2020 0 By NEWS DESK

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বড়ো ভাষাক ৰাজ্যৰ আনুষ্ঠানিক সহযোগী ভাষাৰ স্বীকৃতি প্ৰদান।

APSCত বৰাকৰ প্ৰাৰ্থীৰ বাবে অসমীয়া ভাষা বাধ্যতামূলক নহয়।

 বাঙালী, অসমীয়া, বড়ো ভাষাত দিব পাৰিব পৰীক্ষা।

বিটিএডিৰ সকলো চাইন ব’ৰ্ডত অসমীয়া বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ।

সকলো ডেভেলপমেণ্ট কাউঞ্চিলৰ ন্যূনতম সদস্য সংখ্যা ২৫ আৰু সৰ্বাধিক ৪৫ কৰাৰ সিদ্ধান্ত।

গাঁওবুঢ়াৰ দৰমহা ৬৫০০ৰ পৰা ৯০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত।

মাজুলীত দুটাকৈ ফৰেষ্ট অফিচ, বীট অফিচ ৪ টা হ’ব।

৪২৮খন বাগানৰ শিক্ষাৰ্থীক বিনামূলীয়া ব্ৰেকফাষ্ট, দুপৰীয়াৰ আহাৰ, পোছাক দিয়া হ’ব।

বাগানৰ tea palntation fund schemeৰ জমা পইচা ১ৰ পৰা ২লাখলৈ বঢ়োৱাৰ সিদ্ধন্ত।

আমিনগাঁৱৰ ২৩ বিঘা নেশ্যনেল ফিশ্বাৰী ডেভেলপমেণ্টক দিয়াৰ সিদ্ধান্ত।