কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ দেহত ধৰা পৰিছে কৰ’ণা !

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ দেহত ধৰা পৰিছে কৰ’ণা !

August 23, 2020 0 By NEWS DESK

অসমত অব্যাহত আছে কৰ’ণাৰ সংহাৰ।

প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

এইবাৰ কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক দেহত ধৰা পৰিছে কৰ’ণা।

আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ দেহত ধৰা পৰিছে কৰ’ণা।

আনহাতে আৰক্ষী বিষয়া গৰাকীৰ পত্নীৰ দেহতো ধৰা পৰিছে কৰ’ণা।

ইয়াৰ পূৰ্বে দুজনকৈ অতিৰিক্ত উপায়ুক্ত, কৰ’ণাৰ জিলা তদাৰকী বিষয়া তথা চিকিৎসকো আক্ৰান্ত হৈছিল কৰ’ণাত।

উল্লেখ্য যে, বৰ্তমানলৈকে কোকৰাঝাৰত ৬জন লোক কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে।