কোনে লাভ কৰিলে ২০২০ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ?

কোনে লাভ কৰিলে ২০২০ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ?

October 9, 2020 0 By NEWS DESK

২০২০ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ঘোষণা।

‘ৱৰ্ল্ড ফুড প্ৰগ্ৰেম’লৈ আগবঢ়োৱা হৈছে ২০২০ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা।

ক্ষুধাৰ সতে মোকাবিলা কৰিবলৈ, সংঘৰ্ষপূৰ্ণ অঞ্চলত পৰিস্থিতি উন্নীতকৰণৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।

Image

উল্লেযোগ্য যে, এই বঁটাৰ বাবে মনোনিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।