কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসৰ মৃত্যু !

কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসৰ মৃত্যু !

September 3, 2020 0 By NEWS DESK

অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসে মৃত্যু সাৱটিছে।

কৰ’ণাত আক্ৰান্ত হৈ জি এন আৰ চিত ভৰ্তি হৈ আছিল স্বামী বিমল দাস।

চিকিত্‍সালয়ত ভৰ্তি হোৱাৰ পিছতে অৱনতি ঘটিছিল স্বাস্থ্য।

উল্লেখ্য যে, অভিনেত্ৰী চেতনা দাসো কৰ’ণা আক্ৰান্ত হৈ GMCHত চিকিত্‍সাধীন হৈ আছে।