কৰ’ণাৰ সন্ত্ৰাসঃ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল…

কৰ’ণাৰ সন্ত্ৰাসঃ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল…

May 10, 2021 0 By NEWS DESK

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ’ল উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা।

সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ কৰা হ’ব উত্তীৰ্ণ।

ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত AHSECৰ।

৪ মে’ৰ পৰা HS প্রথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।