কৰােনাত আক্ৰান্ত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি-প্ৰথম মহিলা

কৰােনাত আক্ৰান্ত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি-প্ৰথম মহিলা

October 2, 2020 0 By NEWS DESK

ক’ভিড-১৯ অতিমাৰীয়ে লক্ষ-লক্ষ নাগৰিকৰ প্ৰাণ লােৱা বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আক্ৰান্ত হৈছে এই ভাইৰাছৰ সংক্ৰমণত।

নিজেই টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰে ট্ৰাম্পে।

ৰাষ্ট্ৰপতি-প্ৰথম মহিলা

তেওঁ কয় যে তেওঁৰ লগতে প্ৰথম মহিলা মিলেনিয়া ট্ৰাম্পাে ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

পৰীক্ষাৰ ফলাফল অহাৰ পাছতে দুয়াে হােৱাইট হাউচত চিকিৎসকৰ নিৰীক্ষণত আছে।

উল্লেখ্য যে আমেৰিকাৰত ৰাষ্ট্ৰপতি নিৰ্বাচন অহা ৩ নৱেম্বৰত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে দেশখনত এই পৰ্যন্ত ৭ কােটি ৩੦ লাখ লােক ক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত হৈছে।

ইয়াৰ ভিতৰত ২ লাখ ৮ হাজাৰ লােকে চৰকাৰীভাৱে মৃত্যু হােৱা বুলি তথ্য প্ৰকাশ পাইছে।