ক’ৰােনাত প্ৰাণ হেৰুৱালে অগপৰ মহিলা পৰিষদৰ নেত্ৰীয়ে

ক’ৰােনাত প্ৰাণ হেৰুৱালে অগপৰ মহিলা পৰিষদৰ নেত্ৰীয়ে

September 9, 2020 0 By NEWS DESK

ৰাজ্যত ভয়াৱহ ৰূপ লৈছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে।

নিতৌ সংক্ৰমিত হৈছে শ শ লােক।

ক’ভিড-১৯ত আক্ৰান্ত হৈ নিতৌ প্ৰাণ হেৰুৱাইছে বহু লােকে।

কভি’ড-১৯ত আক্ৰান্ত হৈ অসম গণ পৰিষদৰ এগৰাকী মহিলাৰ নেত্ৰী মৃত্যু।

মৃত্যু হোৱা মহিলাগৰাকী চিনাতলী গাঁৱৰ গীতাঞ্জলি বৰা (৪৬)।

অসম গণ পৰিষদৰ অন্তৰ্গত মহিলা পৰিষদৰ ৰাজ্যিক কায্যনিৰ্বাহকৰ সদস্য আছিল মৃত মহিলাগৰাকী।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে পুৱা ৫ বজাত শেষ নিস্বাস ত্যাগ।

গীতাঞ্জলি বৰাৰ মৃত্যুত অগপ গোলাঘাট জিলা জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷