কৰ্কট ৰোগৰ পৰা মুক্ত হ’ল বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত!

কৰ্কট ৰোগৰ পৰা মুক্ত হ’ল বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত!

October 21, 2020 0 By NEWS DESK

কৰ্কটৰ পৰা মুক্ত হ’ল বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত।

টুইটাৰযোগে অভিনেতাগৰাকীয়ে এই ভাল খবৰ প্ৰকাশ কৰে।

Image

টুইটযোগে অভিনেতাগৰাকীয়ে নিজ পৰিয়াল, বন্ধু আৰু সকলো অনুৰাগীকে কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যোৱা ১১ আগষ্টত অভিনেতাগৰাকীৰ দেহত ধৰা পৰিছিল কৰ্কট ৰোগ।

হৃদপিণ্ডৰ কৰ্কটত ভোগা অভিনেতাগৰাকীয়ে মুম্বাইৰ লীলাৱতী হাস্পতালৰ লগতে ডুবাইতো কৰিছিল চিকিৎসা।

অৱশেষত কৰ্কটৰ পৰা মুক্ত হয় অভিনেতাগৰাকী।

অভিনেতাগৰাকীয়ে আৰোগ্য লাভৰ খবৰ শুনি অনুৰাগীৰ মাজত বৈছে আনন্দৰ ঢৌ।