গুৰুতৰভাৱে অসুস্থ হৈ থকা জনপ্ৰিয় কন্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাই !

গুৰুতৰভাৱে অসুস্থ হৈ থকা জনপ্ৰিয় কন্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাই !

August 27, 2020 0 By NEWS DESK

জনপ্ৰিয় কন্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাই।

বহুদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ আছিল কণ্ঠশিল্পী গৰাকী।

মহানগৰৰীৰ হেলথ চিটীত চিকিৎসাধীন হৈ থকা কন্ঠশিল্পীগৰাকী বৃহস্পতিবাৰৰ পুৱা ভাগত শেষ নিশ্বাস ত্যাগ কৰে।

Singer Archana Mahanta suffers from stroke - Pratidin Time

বহু কালজয়ী গীতত কন্ঠদান কৰিছিল অৰ্চনা মহন্তই।

উল্লেখ্য যে, খগেন মহন্ত আৰু অৰ্চনা মহন্ত অসমীয়া সংগীত জগতৰ এক উল্লেখযোগ্য যুটী আছিল।

উল্লেখ্য যে, ২০১৪চনত বিহু গীতৰ সম্ৰাট তথা অৰ্চনা মহন্তৰ স্বামী খগেন মহন্তৰ মৃত্যু হৈছিল।