গুৱাহাটীত সোমবাৰে পুৱা ৫ বজাৰ পৰা বন্ধ থাকিব পেট্ৰ’ল পাম্প !

গুৱাহাটীত সোমবাৰে পুৱা ৫ বজাৰ পৰা বন্ধ থাকিব পেট্ৰ’ল পাম্প !

September 4, 2020 0 By NEWS DESK

গুৱাহাটী বাসীৰ বাবে এক ডাঙৰ খবৰ।

গুৱাহাটী মহানগৰীত সোমবাৰৰ পৰা বন্ধ থাকিব পেট্ৰ’ল পাম্প।

সোমবাৰে পুৱা ৫ বজাৰ পৰা বন্ধ থাকিব পেট্ৰ’ল পাম্প।

অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব পেট্ৰ’ল পাম্প।

কৰ’ণাৰ সংকটৰ সময়ত ডীলাৰে পেট্ৰ’ল পাম্পক বঞ্চনা, নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে গ্ৰেটাৰ গুৱাহাটী শাখাই।

যাৰ বাবে পেট্ৰ’ল পাম্প সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কামৰূপ মহানগৰৰ লগতে আৰু কামৰূপতো বন্ধ থাকিব পেট্ৰ’ল পাম্প।

NEIPDA গ্ৰেটাৰ গুৱাহাটী শাখাই এই কথা সদৰি কৰিছে।