চাহ বাগিচাত উদ্ধাৰ মৃত নাহৰফুটুকী, মৃত্যুৰ কাৰণ অজ্ঞাত

চাহ বাগিচাত উদ্ধাৰ মৃত নাহৰফুটুকী, মৃত্যুৰ কাৰণ অজ্ঞাত

September 9, 2020 0 By NEWS DESK

ৰাজ্যৰ চাহ বাগান এলেকাত পুনৰ নাহৰফুটুকী বাঘৰ মৃত্যুৰ ঘটনা।

ৰহস্যজনক অৱস্থাত মৃত্যু হােৱা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ।

সাপেখাতীৰ বৰটিমন চাহ বাগিচাৰ ১৬ নম্বৰত মৃত নাহৰফুটুকী উদ্ধাৰ ৷

বিষপান কৰাৰ ফলতেই মৃত্যু হোৱাৰ সন্দেহ নাহৰফুটুকীটোৰ ৷

বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে নাহৰফুটুকীটো।

মৰণােত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ প্ৰকৃত ৰহস্য পােহৰলৈ অহাৰ সম্ভাৱনা।