চিকিৎসালয়ত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত !

চিকিৎসালয়ত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত !

September 5, 2020 0 By NEWS DESK

অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

চিকিৎসালয়ত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

ডাউন টাউনত ভৰ্তি কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

অবশ্যে বৰ্তমান মহন্তৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে।