চুবুৰীয়া দেশ ম্যানমাৰৰ নৌ সেনা বাহিনীক ভাৰতে অৰ্পণ কৰিব প্ৰথমখন চাবমেৰিণ!

চুবুৰীয়া দেশ ম্যানমাৰৰ নৌ সেনা বাহিনীক ভাৰতে অৰ্পণ কৰিব প্ৰথমখন চাবমেৰিণ!

October 17, 2020 0 By NEWS DESK

চুবুৰীয়া দেশ ম্যানমাৰৰ নৌ সেনা বাহিনীক ভাৰতে অৰ্পণ কৰিব প্ৰথমখন চাবমেৰিণ।

ভাৰতে ম্যানমাৰ নৌ সেনা বাহিনীক আই এন এছ সিন্ধুবীৰ নামৰ কিলো ক্লাছ চাবমেৰিণ অৰ্পন কৰিব।

Image

এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয়, এয়া হ’ল আমাৰ চুবুৰীয়া দেশৰ সৈতে থকা আমাৰ বিশ্বাস আৰু একতা। আমাৰ চুবুৰীয়া দেশক আত্মনিৰ্ভৰশীল হোৱাৰ বাবেই ভাৰতে এই প্ৰচেষ্টা হাতত লৈছে।

Image

উল্লেখ্য যে, ভাৰতে ম্যানমাৰৰ সৈতে সমুদ্ৰ পৃষ্ঠত শক্তিবৃদ্ধিৰ ক্ষেত্ৰত সন্মিলিত হৈ কাম কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।