চেনিটেৰী নেপকিন মাস্ক হিচাপে ব্যৱহাৰ কৰিলে এগৰাকী মহিলাই! কিন্তু কিয়?

চেনিটেৰী নেপকিন মাস্ক হিচাপে ব্যৱহাৰ কৰিলে এগৰাকী মহিলাই! কিন্তু কিয়?

October 13, 2020 0 By NEWS DESK

বিশ্বজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যবিভাগৰ ফালৰ পৰা মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে।

বিশেষকৈ ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো অত্যন্তই জৰুৰী অন্যথা জৰিমণা।

কিন্তু এই জৰুৰী কামটো মনত ৰাখিবলৈ পাহৰি যায় বহু লোকে।

In the no-entry market without masks, women used sanitary napkins I মাস্ক  ছাড়া প্রবেশ নিষেধ মার্কেটে, স্যানিটারি ন্যাপকিন ব্যবহার করলেন মহিলা

যাৰ বাবে ৰুমালখনকে কেতিয়াবা মাস্কৰ দৰে ব্যৱহাৰ কৰা দেখা যায় বহু লোককে।

জানিব পৰা মতে, ইউকেৰ বাসিন্দা ৰাচেল টেইলৰে খুব দৰকাৰী কিছু সামগ্ৰী ক্ৰয়ৰ বাবে তেওঁ বজাৰলৈ গৈছিল। কিন্তু মাস্ক নিপিন্ধাৰ বাবে বজাৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল কৰ্তৃপক্ষই।

ইপিনে ওচৰত কোনো মাস্কৰ দোকানো নাছিল।

যাৰ বাবে ৩০ বছৰীয়া টেইলৰে উপায়ন্তৰ হৈ বেগৰ পৰা চেনিটেৰী নেপকিন উলিয়াই মাস্কৰ দৰে পৰিধান কৰে।

যি ফটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।