জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি !

জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি !

August 15, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰী ৰূপ ।

প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ।

এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ।

শুকুৰবাৰে কণ্ঠশিল্পীগৰাকীৰ দেহত ধৰা পৰে কৰ’ণা পজিটিভ ।

Achurjya Borpatra - Baahi

ইতিমধ্যে কণ্ঠশিল্পীগৰাকী হোম কোৱাৰেণ্টাইনত থকাৰ কথা জানিব পৰা গৈছে ।

সৰুপথাৰস্থিত নিজা বাসগৃহত আছিল আচুৰ্য ।

বৰ্তমানলৈ ৰাজ্যত কৰ’ণা সক্ৰিয় লোকৰ সংখ্যা হৈছে ২২.৬৩০ গৰাকী লোক ।