জনপ্ৰিয় কৌতুক অভিনেতা জয় প্ৰকাশ ৰেড্ডীৰ দেহাৱসান !

জনপ্ৰিয় কৌতুক অভিনেতা জয় প্ৰকাশ ৰেড্ডীৰ দেহাৱসান !

September 8, 2020 0 By NEWS DESK

জনপ্ৰিয় কৌতুক অভিনেতা জয় প্ৰকাশ ৰেড্ডীৰ দেহাৱসান।

তেলেগু ছবিজগতৰ জনপ্ৰিয় কৌতুক অভিনেতা আছিল জয় প্ৰকাশ ৰে়ড্ডী।

মঙলবাৰে পুৱতিনিশা অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰ এলেকাস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু সাৱটি লয় অভিনেতা জয় প্ৰকাশ ৰেড্ডীয়ে।

উল্লেখ্য যে, দক্ষিণ ভাৰতত ছবিত খলনায়ক আৰু বিশেষকৈ কৌতুক অভিনেতাৰূপে অতিকৈ জনপ্ৰিয় আছিল অভিনেতাগৰাকী।

অভিনেতাগৰাকীয়ে অভিনয় কৰা অন্তিমখন ছবি মুক্তি পাইছিল ২০২০চনৰে জানুৱাৰীত।