ডাঙৰ খবৰ ! ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে PUBGসহ ১১৮ টা ম’বাইল এপছ…

ডাঙৰ খবৰ ! ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে PUBGসহ ১১৮ টা ম’বাইল এপছ…

September 2, 2020 0 By NEWS DESK


ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে PUBG ম’বাইল এপছ।

PUBGসহ ১১৮ টা ম’বাইল এপছ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে।

দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে কৰিলে এই ঘোষণা।

সংবাদ প্ৰতিষ্ঠান এন আন আইয়ে সদৰি কৰিলে এই তথ্য।

ভাৰত-চীনৰ সীমাকেন্দ্ৰিক বিবাদৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে।