ডাঙৰ খবৰ ! ৫ গৰাকী কংগ্ৰেছী বিধায়কে যোগদান কৰিলে বিজপিত…

ডাঙৰ খবৰ ! ৫ গৰাকী কংগ্ৰেছী বিধায়কে যোগদান কৰিলে বিজপিত…

August 20, 2020 0 By NEWS DESK

৫ গৰাকী কংগ্ৰেছী বিধায়কে যোগদান কৰিলে বিজপিত।

ক্ৰমাত আকৰ্ষণীয় হৈছে মণিপুৰৰ ৰাজনৈতিক পৰিস্থিতি।

এইবাৰ ৫ গৰাকী সদ্য পদত্যাগী কংগ্ৰেছ বিধায়কে যোগদান কৰিছে বিজেপিত।

মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অকৰাম ইব’বি সিঙৰ ভতিজা অকৰাম হেনৰি সিঙৰ বিজেপিত যোগদান।

Image

বিজেপিত যোগ দিয়া আন ৪ গৰাকী বিধায়ক হৈছে, পানোনাম ব্ৰকেন, ঐনাম লোখৈ সিং, গামথাং হাউকিপ, গিনছোৱানহাও ঝ’।

Image

বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱৰ উপস্থিতিত বিজেপিত যোগ দিয়া ৫ বিধায়কে।

উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিং।

মণিপুৰ বিধানসভাত এন বিৰেণ সিং চৰকাৰে আস্থা ভোটত জয়ী হোৱাৰ পিছতে হোৱা এই ৰাজনৈতিক পট পৰিবৰ্তনে নতুন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যখনত।