ডাঙৰ খবৰ ! ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৮জন লোকৰ…

ডাঙৰ খবৰ ! ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৮জন লোকৰ…

August 21, 2020 0 By NEWS DESK

অসমত অব্যাহত আছে কৰ’ণাৰ ভয়াৱহতা।

প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

ৰাজ্যত পুনৰ ৮জন লোকৰ প্ৰাণ ল’লে কৰ’ণাই।

মৃত্যু হোৱা লোক কেইজন হ’ল- মীৰা বেগাম, ছাইফুদ্দিন আহমেদ, মুক্তাৰ হুছেইন, চক্ৰধৰ গগৈ, থাৰছা নাংপুং, শুক্লা দত্ত, দৰ্ছিং তেৰং আৰু দীপক কুমাৰ ৰাহা।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা।

উল্লেখ্য যে, অসমত কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা ২২১জনলৈ বৃদ্ধি।