ডাঙৰ খবৰ ! ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ১৫ জন লোকৰ…

ডাঙৰ খবৰ ! ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ১৫ জন লোকৰ…

September 5, 2020 0 By NEWS DESK

ৰাজ্যত ক্ৰমাৎ অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণাই।

সংক্ৰমণৰ সমন্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ১৫ জন লোকৰ।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে- তিনিচুকীয়াৰ যতীন বৰা (৫৭), ডিব্ৰুগড়ৰ বিজয় ভৌমিক (৫১), শিৱসাগৰৰ যুগল কিশোৰ আগৰৱালা (৬৮) আৰু নিজামুদ্দিন আলি (৬৮), কোকৰাঝাৰৰ পুনিয়া বৈশ্য (৬০), ওদালগুৰিৰ বীৰেন দেবনাথ (৬৫), হোজাইৰ শ্যামলা শুক্লবৈদ্য (৪৭), যোৰহাটৰ শৈলধৰ বৰদলৈ (৮২), কৰিমগঞ্জৰ নিৰঞ্জন দাস (৪৫) আৰু প্ৰীতিষ কান্তি দত্ত (৭০), কোকৰাঝাৰৰ ডালিমী বসুমতাৰী (৪৫), চিৰাঙৰ তিকাৰাম শৰ্মা (৫৪), নগাঁৱৰ বেণুমাই বৰুৱা (৮০), কামৰূপ মহানগৰৰ ধীমেন্দ্ৰ কুমাৰ চেতিয়া (৭৯) আৰু ডিব্ৰুগড়ৰ প্ৰণৱ বৰুৱা (৫৭)।

বৃহস্পতিবাৰলৈকে অসমত ৩৩০গৰাকী ব্যক্তিয়ে ক’ভিডত প্ৰাণ হেৰুৱাইছিল।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।