ডিমাপুৰত ভয়ংকৰ বোমা বিস্ফোৰণ ! বিস্ফোৰণত নিহত পিতৃ-পুত্ৰ…

ডিমাপুৰত ভয়ংকৰ বোমা বিস্ফোৰণ ! বিস্ফোৰণত নিহত পিতৃ-পুত্ৰ…

September 8, 2020 0 By NEWS DESK

ডিমাপুৰত সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণ।

ডিমাপুৰৰ বাৰ্মা কেম্প অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ।

কাৱাৰীৰ (scavangers godown) গুদামত বিস্ফোৰণ হৈছে বোমাটো।

ভঙা-ছিগা লোহা-টিঙৰ গুদামত বোমা বিস্ফোৰণৰ প্ৰাথমিক তথ্য পোৱা গৈছে।

বোমা বিস্ফোৰণত থিতাতে নিহত কমেও দুজন। নিহত হোৱা দুয়োজন পিতৃ আৰু পুত্ৰ।

বিস্ফোৰণত আহত হৈছে কেইবাজনো লোক।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ ইতিমধ্যেই অনুসন্ধান আৰম্ভ কৰিছে।