তৰুণ গগৈৰ আজি ওপজা দিন ! ৮৬ বছৰত ভৰি দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে…

তৰুণ গগৈৰ আজি ওপজা দিন ! ৮৬ বছৰত ভৰি দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে…

October 11, 2020 0 By NEWS DESK

আজি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন।

দেওবাৰে ৮৬ বছৰত ভৰি দিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

b>Newsmaker</b> Tarun Gogoi | Business Standard News

১৯৩৪ৰ ১১ অক্টোবৰত জন্মগ্ৰহণ কৰিছিল তৰুণ গগৈয়ে।

জন্মদিনৰ দিনটোতো চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী।

Young at 81: Will Tarun Gogoi be fourth-time lucky to continue as chief  minister? - Politics News , Firstpost

উল্লেখ্য যে, কৰ’ণাত আক্ৰান্ত হৈ সুস্থ হৈছিল যদিও, বৰ্তমান জিএমচিএইচতে চিকিৎসাধীন হৈ আছে গগৈ।

Tarun Gogoi Challenges Sonowal Govt on Citizenship Bill, Slams Himanta  Biswa Sarma for NRC Remarks

‘নিউজ ৮’ পৰিয়ালৰ তৰফৰ পৰা ৰাজ্যৰ ভূতপূৰ্ব ৰাজনীতিবিদ গৰাকীৰ দীৰ্ঘায়ু তথা আশু আৰোগ্য কামনা কৰি ওপজা দিনৰ আন্তৰিক অভিনন্দন জনালোঁ।