দুঃখবৰ ! দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান…

দুঃখবৰ ! দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান…

August 31, 2020 0 By NEWS DESK

দেশবাসীৰ বাবে এক দুখবৰ।

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান।

আৰ এণ্ড আৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।

১০ আগষ্টত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৰাষ্ট্ৰপতিগৰাকীক।

Image

পুত্ৰ অভিজিত মুখাৰ্জীয়ে টুইটাৰযোগে সদৰী কৰে এই কথা।

Image

৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মুখাৰ্জীয়ে।

কিছুদিনধৰি ভেন্টিলেশ্যনত ৰখা হৈছিল প্ৰণৱ মুখাৰ্জীক।