দুগৰাকী বিশিষ্ট বিজ্ঞানীলৈ ২০২০ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা !

দুগৰাকী বিশিষ্ট বিজ্ঞানীলৈ ২০২০ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা !

October 8, 2020 0 By NEWS DESK

ঘোষণা কৰা হ’ল ২০২০ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা।

দুগৰাকী বিশিষ্ট বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে এই ন’বেল বঁটা।

বিজ্ঞানী দুগৰাকী হ’ল- ‘ফ্ৰান্সৰ বিজ্ঞানী ইম্মানুৱেলি চাৰপেনটিয়েৰ আৰু আমেৰিকাৰ জেনিফাৰ এ ড’ডনা।

দুয়োগৰাকী বিজ্ঞানীকে গেমন এডিটিঙক “মলিকুলাৰ চিছ’ৰছ”ৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা।