দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান, মূল অভিযুক্ত সঞ্জয় ৰাজোৱাৰক ফাঁচীৰ নিৰ্দেশ!

দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান, মূল অভিযুক্ত সঞ্জয় ৰাজোৱাৰক ফাঁচীৰ নিৰ্দেশ!

October 20, 2020 0 By NEWS DESK

অসমৰ ইতিহাসত এক ঐতিহাসিক ৰায়দান।

অৱশেষত ন্যায় পালে চিকিৎসক দেৱেন দত্ত পৰিয়ালে।

দেৱেন দত্ত হত্যাকাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰাজোৱাৰক ফাঁচীৰ নিৰ্দেশ।

লগতে আন ২৪ জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে ১০০০ টকাৰ জৰিমণা বিহা হৈছে।

এই ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে।

Retired Assam Doctor Deben Dutta Volunteered To Work In Tea Estate Where He  Was Lynched

২০১৯ চনৰ ৩১ আগষ্টত টীয়ক চাহ বাগিচাত সংঘটিত হৈছিল এই বৰ্বৰ ঘটনা।

একাংশ শ্ৰমিকৰ নৃশংসতাৰ বলি হৈছিল চিকিৎসক দেৱেন দত্ত।

ইয়াৰ পাছতে ৰাজ্যজুৰি উঠিছিল হত্যাকাৰীক ফাঁচীৰ দাবী।